ডাউনলোড
মোবাইল এপ

android apple
signal

July 5, 2024 12:40 PM | Siksha setu app

printer

২০২৪ বৰ্ষৰ ই-গভর্নেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি

কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগত ২০২৪ বৰ্ষৰ ই-গভর্নেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি কৰিছে। অহা ৮ আৰু ৯ আগষ্টত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ই- গভর্নেন্সৰ ২৭ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ সময়তে সমগ্র শিক্ষা অসমক এই বঁটা প্ৰদান কৰা হ’ব বুলি শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে অৱগত কৰিছে।

অধিক পঢ়ক

সকলো চাওক