ৰীমাল ঘূর্ণী বতাহ দুৰ্বল হৈ পৰিছে আৰু গভীৰ নিম্নচাপলৈ ৰূপান্তৰিত হৈছে। বতাহজাক ক্রমান্বয়ে অধিক দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বতাহ জাকৰ প্রভাৱত পৰৱৰ্তী ৫ দিনত উত্তৰ বংগৰ জলপাইগুৰি, কালিমপোং আৰু আলিপুৰ দুৱাৰ জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
Site Admin | May 29, 2024 12:30 PM | remal cyclone
ৰীমাল ঘূর্ণী বতাহ গভীৰ নিম্নচাপলৈ ৰূপান্তৰিত হৈছে
