ডাউনলোড
মোবাইল এপ

android apple
signal

March 18, 2025 12:28 PM | Ranuj pagu

printer

এতিয়াৰে পৰা শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে শিক্ষার্থীয়ে ৰিপৰ্ট কার্ড লাভ কৰিব বুলি ডাঃ ৰণোজ পেগুৰ ঘোষণা

ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি এতিয়াৰে পৰা শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে শিক্ষার্থীয়ে ৰিপৰ্ট কার্ড লাভ কৰিব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। পূৰ্বে অগ্ৰাধিকাৰ খতিয়ান তথা ৰিপোৰ্ট কার্ড বছৰৰ শেষত দিয়া হৈছিল যদিও বিগত বৰ্ষত এই পৰম্পৰা তথা প্ৰক্ৰিয়া সলনি কৰি ২০২৫-২৬ শিক্ষাবৰ্ষৰ আৰম্ভণিতে শিক্ষাৰ্থীক ৰিপৰ্ট কার্ড দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে এই কথা স্পষ্ট কৰি দিয়ে যে, চৰকাৰে ধনৰ অভাৱত নহয়, বৰং সমগ্ৰ শিক্ষাই চৰকাৰী ই-মার্কেটিং জেম প’ৰ্টেলৰ জৰিয়তে সামগ্ৰীসমূহৰ সংগ্ৰহ প্ৰক্ৰিয়া দীঘলীয়া হোৱা বাবেহে শিক্ষাৰ্থীক শিক্ষা বৰ্ষৰ আৰম্ভণিতে অগ্ৰগতিৰ খতিয়ান তথা ৰিপোৰ্ট কার্ড দিয়াত বিলম্ব হৈছিল।

অধিক পঢ়ক

সকলো চাওক