ডাউনলোড
মোবাইল এপ

android apple
signal

পাঠশালাত ১০ লাখ টকা ব্যয় সাপেক্ষ ক্রীড়া সামগ্ৰী আৰু পাঠশালা টাউন ক্লাবৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ চেক প্ৰদান

পাঠশালাত ১০ লাখ টকা ব্যয় সাপেক্ষ ক্রীড়া সামগ্ৰী আৰু পাঠশালা টাউন ক্লাবৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি ৫ লাখ টকাৰ চেক প্ৰদান কৰে। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তত্ত্বাৱধানত অনুষ্ঠিত এটা অনুষ্ঠানত মন্ত্ৰী দাসে ভাষণ দি কয়, যে যুৱক-যুৱতীৰ ভৱিষ্যত গঢ় দিয়াত ক্ৰীড়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ক্রীড়াৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি তেওঁ যুৱ খেলুৱৈসকলক প্ৰদান কৰা সা-সুবিধাসমূহৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক