ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে‘লৱেই ১২ খন বিশেষ ৰে‘লৰ ব্যৱস্থা কৰিছে। এই পৰীক্ষাত অৱতীৰ্ণ হ‘বলগীয়া পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে‘লৱেই এই বিশেষ ৰে‘লৰ ব্যৱস্থা কৰাৰ উপৰি কেইখনমান ৰে‘লৰ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰিছে।
Site Admin | September 13, 2024 12:47 PM | rail
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে বিশেষ ৰে’লৰ ব্যৱস্থা
