ডাউনলোড
মোবাইল এপ

android apple
signal

কাইলৈ ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত পাৰিষদসকলৰ শপতগ্ৰহণ

ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত পাৰিষদসকলে কাইলৈ শপতগ্ৰহণ কৰিব। দুধনৈৰ ৰাভা-হাচং স্বায়ত্ব পৰিষদৰ কাৰ্যালয়ত শপত গ্রহণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ক এই কাৰ্যসূচীত অংশ লোৱাৰ কথা।

অধিক পঢ়ক

সকলো চাওক