ডাউনলোড
মোবাইল এপ

android apple
signal

April 7, 2025 7:40 PM | Public speack

printer

আকাশবাণীৰ পাব্লিক স্পীকত আজি জল সংৰক্ষণৰ সমূহীয়া অভিযান সন্দৰ্ভত বিশেষ আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত জল সংৰক্ষণৰ সমূহীয়া অভিযান সন্দৰ্ভত গংগা পৰিষ্কৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ প্ৰাক্তন সঞ্চালকপ্রধান জি অশোক কুমাৰৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত ০১১-২৩৪২-১০৫০ আৰু ০১১-২৩৩১- ৪৪৪৪ নম্বৰত ফোন কৰি বৰষুণৰ পানী সঞ্চয়, দৈনন্দিন জীৱনত পানী সংৰক্ষণ আৰু পানী সংৰক্ষণৰ বাবে চৰকাৰৰ প্রচেষ্টাসমূহৰ সন্দৰ্ভত সমল ব্যক্তিগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০-৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যম এক্সত, হেছটেগ AskAir ৰ জৰিয়তেও প্ৰশ্ন সুধিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক