ডাউনলোড
মোবাইল এপ

android apple
signal

February 24, 2025 12:01 PM | Public speack

printer

আকাশবাণীৰ পাব্লিক স্পীকত আজি ড° সুনীল পাণ্ডে আৰু মুকুল সানৱালৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত পুনৰ ব্যৱহাৰ আৰু আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত বৃত্তীয় অর্থনীতি তথা আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ড° সুনীল পাণ্ডে আৰু পৰিৱেশবিদ মুকুল সানৱালৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি তেওঁলোকক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক