July 25, 2024 8:25 PM | President Murmu

printer

ৰাষ্ট্ৰপতিত্বৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি তেওঁ ৰাষ্ট্ৰপতিত্বৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ চৌহদতস্থিত ডº ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত তেওঁ বৰ্তমানৰ আধুনিক বিশ্বত উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি এই সমস্যাসমূহৰ সকলো লোককে অৱগত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক