প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চায়তীৰাজ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰাম্য ভাৰতবৰ্ষৰ সংস্কাৰ সাধনৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হৈ উঠাটো নিশ্চিত কৰাৰ হকে তৃণমূল পৰ্যায়ত কাম কৰি থকা সকলো লোকৰেই শলাগ লয়। তেওঁ লগতে কয় যে চৰকাৰে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰি তোলাৰ লগতে জনসাধাৰণৰ সপোনক ডেউকা মেলি উৰিবলৈ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব।
Site Admin | April 24, 2024 5:40 PM | pm panchayatiraj divash