প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়েনাৰ ৰাষ্ট্ৰপতি ড° ইৰফান আলীক ‘এক পেড় মা কে নাম‘ পদক্ষেপত তেওঁৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কালি প্ৰচাৰিত মন কী বাত অনুষ্ঠানত গায়েনাৰ ভাৰতীয় সম্প্রদায়ক প্ৰশংসা কৰি কয় যে ড° ইৰফান আলীৰ সমৰ্থন সদায় স্মৰণীয় হৈ ৰ‘ব।
Site Admin | November 25, 2024 7:13 PM | PM Modi
‘এক পেড় মা কে নাম’ পদক্ষেপত গায়েনাৰ ৰাষ্ট্ৰপতিৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন প্রধানমন্ত্ৰীৰ
