August 6, 2024 1:29 PM | Paris Olympic

printer

ভাৰতৰ অবিনাশ ছাবলেই পুৰুষৰ ৩ হাজাৰ মিটাৰ ষ্টিপলচেজৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ অবিনাশ ছাবলেই পুৰুষৰ ৩ হাজাৰ মিটাৰ ষ্টিপলচেজৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ সুবাদত খেলুৱৈগৰাকীয়ে এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ হিচাপে ইতিহাস সৃষ্টি কৰিছে। ছাবলেই যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত ৮ মিনিট আৰু ১৫ দশমিক ৪-৩ ছেকেণ্ডেৰে পঞ্চম স্থান লাভ কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। এই ফাইনেল খেলখন অহা ৮ আগষ্টত খেলোৱা হব।

অধিক পঢ়ক

সকলো চাওক