ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু অস্মিতা চলিহাই মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া বেডমিণ্টন প্রতিযোগিতা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি প্রি-কোৱাৰ্টাৰত অস্মিতাই আমেৰিকাৰ প্ৰতিদ্বন্দ্বীক ২১-১৯, ১৬-২১, ২১-১২ৰ ব্যৱধানত পৰাজিত কৰে। আনহাতে সিন্ধুৱে দক্ষিণ কোৰিয়াৰ প্রতিদ্বন্দ্বীক ২১-১৩, ১২-২১, ২১-১৪ৰ ব্যৱধানত পৰাজিত কৰিছে।
Site Admin | May 23, 2024 6:40 PM | P V Sindhu and Ashmita Chaliha badminton
মালয়েছিয়া বেডমিণ্টন প্রতিযোগিতা কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু আৰু অস্মিতা চলিহা
