অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া হিচাপে কাৰ্যবাহী সঞ্চালক ৰূপজ্যোতি ফুকন নির্বাচিত হৈছে। অহা ৩১ আগষ্টত বৰ্তমানৰ অইলৰ আৱাসিক মুখ্য বিষয়া আনফৰ আলী হকে অৱসৰ গ্ৰহণ কৰাৰ পাছত অহা ১ ছেপ্তেম্বৰৰ পৰা ৰূপজ্যোতি ফুকনে দায়িত্বভাৰ গ্ৰহণ কৰিব।
Site Admin | June 12, 2024 12:49 PM | Indian Oil | OIL India
অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া হিচাপে কাৰ্যবাহী সঞ্চালক ৰূপজ্যোতি ফুকন নির্বাচিত
