কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত জি এছ টি পৰিষদৰ ৫৩ সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। এয়া হ’ব নতুন চৰকাৰ গঠনৰ পাছত পৰিষদৰ প্ৰথমখন বৈঠক। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ৭ অক্টোবৰত জি এছ টি পৰিষদৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল।
Site Admin | June 22, 2024 12:21 PM | Nirmala Sitaraman
নির্মলা সীতাৰমনৰ অধ্যক্ষতাত আজি নতুন দিল্লীত জি এছ টি পৰিষদৰ ৫৩ সংখ্যক বৈঠক
