উত্তৰ-পূব সীমান্ত ৰে’লৱেই ষট পূজা উপলক্ষে কাইলৈ ৮খন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে। ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কাটিহাৰৰ পৰা মুজাফৰপুৰ, কাটিহাৰৰ পৰা দাওৰাম মাধপুৰা, কাটিহাৰৰ পৰা আনন্দবিহাৰ আৰু কাটিহাৰৰ পৰা মণিহাৰীলৈ চাৰিখন ৰে’লৰ ব্যৱস্থা কৰিছে। আনহাতে নিউ জলপাইগুৰিৰ পৰা পাটনালৈ, ফৰবেছগঞ্জৰ পৰা আগ্ৰালৈ, ডিব্ৰুগড়ৰ পৰা কলকাতা টার্মিনেললৈ আৰু নাহৰলগুনৰ পৰা হাপালৈ আন চাৰিখন ৰে’ল চলাচলৰ ব্যৱস্থা কৰিছে।
Site Admin | November 8, 2024 8:50 PM | nf railway special rail