কাছাৰ আৰক্ষীয়ে এটা বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই ধলাই খাল অঞ্চলৰ পৰা ৮ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় এক কিলোগ্রাম হেৰোইন জব্দ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সফল অভিযানৰ বাবে কাছাৰৰ আৰক্ষী অধীক্ষকক অভিনন্দন জনায়। সম্প্রতি এই মাদক দ্রব্য সৰবৰাহৰ সৈতে জড়িতসকলৰ জেৰা অব্যাহত আছে।
Site Admin | June 8, 2024 2:18 PM | Akashvani | Akashvani News
কাছাৰৰ ধলাই খাল অঞ্চলৰ পৰা ৮ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় ১ কিলোগ্রাম হেৰোইন জব্দ
