♦ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ এন চি ই আৰ টিয়ে প্ৰকাশ কৰিছে যে বিদ্যালয়ৰ পাঠ্যপুথিসমূহ সময়মতে যোগান ধৰাৰ বাবে পৰিষদে সকলো প্ৰকাৰৰ প্ৰচেষ্টা গ্রহণ কৰিছে। পৰিষদে সকলো ছাত্ৰ-ছাত্ৰীক আৰু অভিভাৱকসকলক ধৈর্য ধৰাৰ লগতে ভয় নাখাবলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে বহু ৰাজ্যত পৰিষদৰ কিতাপ উপলব্ধ নোহোৱা পৰিস্থিতিত এন চি ই আৰ টি কর্তৃপক্ষই এনেদৰে সঁহাৰি জনাইছে।
Site Admin | April 3, 2024 6:48 PM | Book | Education Dept | India | NCERT | NCERT BOOK
বিদ্যালয়ৰ পাঠ্যপুথি সময়মতে যোগান ধৰাৰ বাবে এন চি ই আৰ টিয়ে সকলো প্ৰকাৰৰ প্ৰচেষ্টা গ্রহণ কৰিছে
