কেন্দ্ৰীয় চৰকাৰে National Socialist Council of Nagaland খাপলাং গোটৰ সৈতে সংঘৰ্ষ বিৰতিৰ ম্যাদ এবছৰৰ বাবে বৃদ্ধি কৰিছে। গৃহমন্ত্ৰ্যালয়ে কৈছে যে, ৰাজ্যখনত স্থায়ী শান্তি স্থাপনৰ উদ্দেশ্যে ৮ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই চুক্তিখনৰ ম্যাদ এবছৰৰ বাবে বৃদ্ধি কৰাৰ বাবে পাৰস্পৰিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Site Admin | September 5, 2024 8:25 PM | National Socialist Council of Nagaland | North East
National Socialist Council of Nagaland খাপলাং গোটৰ সৈতে সংঘৰ্ষ বিৰতিৰ ম্যাদ এবছৰৰ বাবে বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ
