ডাউনলোড
মোবাইল এপ

android apple
signal

November 25, 2024 7:03 PM | manshukh mandaviya

printer

নতুন দিল্লীত ‘আমাৰ সংবিধান, আমাৰ স্বাভিমান’ পদযাত্ৰাত ড° মনসুখ মন্দাভিয়াৰ অংশগ্ৰহণ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত ‘আমাৰ সংবিধান, আমাৰ স্বাভিমানপদযাত্ৰাত অংশগ্ৰহণ কৰে। কাইলৈ পালন কৰিবলগীয়া সংবিধান দিৱসৰ লগত সংগতি ৰাখি আৰু ভাৰতৰ গণতান্ত্রিক যাত্ৰাত সংবিধান নিৰ্মাতাসকলৰ অৱদানক স্মৰণ কৰিয়েই এই পদযাত্রা অনুষ্ঠিত কৰা হৈছে। কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেল, অৰ্জুন ৰাম মেঘৱাল, কিৰেণ ৰিজিজু, গজেন্দ্ৰ সিং শেখাৱৰ্ট আৰু ৰক্ষা খাড়ছেসহ সাংসদ আৰু অলিম্পিক খেলুৱৈসকলে এই পদযাত্ৰাত অংশগ্রহণ কৰে। মাই ভাৰত, নেহৰু যুৱ কেন্দ্ৰ সংগঠন, ৰাষ্ট্ৰীয় সমাজসেৱা আৰু ৰাষ্ট্ৰীয় স্কাউট আৰু গাইডৰ স্বেচ্ছাসেৱীসকলেও এই পদযাত্ৰাত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক