পঞ্চম পৰ্যায়ত ২০ মে’ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলত লোকসভা নির্বাচন

পঞ্চম পৰ্যায়ত অহা ২০ মে’ত ৬খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯টা সংসদীয় সমষ্টিত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ৰ বাবে ১,৫৮৬ খন মনোনয়ন দাখিল কৰা হৈছিল যদিও চালি জাৰি চোৱাৰ পাছত ৭৪৯ খন মনোনয়ন বৈধ ঘোষণা কৰা হয়। পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪টা, মহাৰাষ্ট্ৰৰ ১৩টা, পশ্চিমবংগৰ ৭টা, বিহাৰ আৰু ওড়িশাৰ ৫টাকৈ, ঝাৰখণ্ডৰ ৩টা আৰু লাডাখ আৰু জম্মু আৰু কাশ্মীৰৰ এটাকৈ সমষ্টিৰ বাবে নিৰ্বাচন হ’ব।

অধিক পঢ়ক

সকলো চাওক