জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি জম্মুৰ ৰাজভৱনত পেৰিচ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা শীতল দেৱী আৰু ৰাকেশ কুমাৰক সম্বৰ্ধনা জনায়। শ্ৰী সিনহাই জম্মু-কাশ্মীৰৰ পেৰা ধৰ্মবিদদ্বয়ক পেৰিচ পেৰালিম্পিক ২০২৪ত তেওঁলোকৰ উল্লেখনীয় প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।
পেৰিচ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা শীতল দেৱী আৰু ৰাকেশ কুমাৰক সম্বৰ্ধনা জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ
