ডাউনলোড
মোবাইল এপ

android apple
signal

March 25, 2025 8:15 PM | Kokorajhar

printer

৩৮ সংখ্যক শ্রীলংকা ইণ্টাৰনেচনেল অ’পেন মাষ্টাৰ্ছ এথলেটিক্‌ছ চেম্পিয়নশ্বিপলৈ কোকৰাঝাৰৰ ৪ গৰাকী প্ৰবীণ খেলুৱৈৰ যোগ্যতা অৰ্জন

শ্রীলংকাত অহা ৪ৰ পৰা ৬ জুলাইলৈ হ’বলগীয়া ৩৮ সংখ্যক শ্রীলংকা ইণ্টাৰনেচনেল অ’পেন মাষ্টাৰ্ছ এথলেটিক্‌ছ চেম্পিয়নশ্বিপলৈ কোকৰাঝাৰৰ ৪ গৰাকী প্ৰবীণ খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে। অঞ্জলি স্বৰ্গীয়াৰী, সোণেশ্বৰী বসুমতাৰী, সিংখাউৰি বসুমতাৰী আৰু ললিত বসুমতাৰী নামৰ খেলুৱৈ চাৰিগৰাকীয়ে ৪ জুলাইত ভাৰতীয় দলৰ অন্যান্য খেলুৱৈৰ সৈতে দেশখনত উপস্থিত হ’ব।

 

অধিক পঢ়ক

সকলো চাওক