ডাউনলোড
মোবাইল এপ

android apple
signal

March 25, 2025 8:27 PM | Khelo India

printer

খেলো ইণ্ডিয়া পেৰা গেমছৰ আজি ষষ্ঠ দিনাও এথলীটসকলৰ অনবদ্য প্ৰদৰ্শন অব্যাহত

খেলো ইণ্ডিয়া পেৰা গেমছৰ আজি ষষ্ঠ দিনাও এথলীটসকলে তেওঁলোকৰ একনিষ্ঠ আৰু অনবদ্য প্ৰদৰ্শন অব্যাহত ৰাখিছে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত পাৱাৰ লিফটিং শিতানত এথলীটসকলে তীব্র প্রতিদ্বন্দিতা আগবঢ়ায়।

মহিলাৰ এলীট শাখাৰ ৬৭ কিলোগ্ৰাম ওজনৰ শিতানত কস্তুৰিয়ে সোণৰ, মেঘা পাণ্ডে ৰূপৰ আৰু জীৱনীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। পুৰুষৰ এলীট শাখাৰ ৮০- কিলোগ্ৰাম ওজনৰ শিতানত সন্দেশা বিজিয়ে সোণৰ, মুৰুগনে ৰূপৰ আৰু জয়দীপে ব্ৰঞ্জৰ পদক দখল কৰে।

ড° কর্নি সিং শুটিং ৰেঞ্জত অনুষ্ঠিত মিক্সড ৫০ মিটাৰ পিষ্টল এছ এইচ শিতানত আকাশে সোণৰ, সঞ্জীৱ কুমাৰে ৰূপৰ আৰু ৰুদ্ৰাংশে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

অধিক পঢ়ক

সকলো চাওক