কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰি অহা ১ নৱেম্বৰৰ পৰা মুকলি হ’ব। যোৱা ১ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত বন বিভাগে জীপ ছাফাৰি মুকলি কৰিছিল। ২০২৪-২৫ পৰ্যটন বৰ্ষ আৰম্ভ কৰাৰ পাছতে দেশী-বিদেশী পৰ্যটকক হাতী ছাফাৰি কৰাবলৈ উদ্যান কৰ্তৃপক্ষই প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে।
Site Admin | October 30, 2024 12:13 PM | kaziranga elephant safari
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰি মুকলি
