ডাউনলোড
মোবাইল এপ

android apple
signal

March 25, 2025 8:09 PM | kalakhetra

printer

অহা ২৭ মাৰ্চত সমাহাৰ নাট্য গোষ্ঠীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘ন্যায়’ মঞ্চস্থ

বিশ্ব নাট্য দিৱস উপলক্ষে অহা ২৭ মাৰ্চত সমাহাৰ নাট্য গোষ্ঠীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত ড° সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত ‘ন্যায়’ নামৰ নাটকখন মঞ্চস্থ কৰিব। বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অৱণী কুমাৰ ভাগৱতীয়ে সেইদিনা সন্ধিয়া ৬ বাজি ৪৫ মিনিটত এই নাটকখন উদ্বোধন কৰিব।

অধিক পঢ়ক

সকলো চাওক