জে পি নাড্ডা দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ’ব

♦ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰক শক্তিশালী কৰি তুলিবলৈ আৰু ভোটাদাতাৰ সমৰ্থন আদায় কৰিবলৈ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ’ব। শ্রীনাড্ডাই আজি ভ্ৰমণৰ প্ৰথম দিনটোত আলমোৰা লোকসভা সমষ্টিৰ পিথোৰাগড় আৰু তেহৰী লোকসভা সমষ্টিৰ বিকাশনগৰত বিজেপি প্রার্থীৰ সমৰ্থনত আয়োজিত সভাত ভাষণ দিয়াৰ কথা আছে। বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা লাভ কৰা … Continue reading জে পি নাড্ডা দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ’ব