November 25, 2024 8:43 PM | DR. S. joysankar

printer

ফ্ৰান্সৰ বিদেশ মন্ত্ৰীক সাক্ষাৎ ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি ভূমধ্যসাগৰীয় সংলাপ সন্মিলনৰ সুযোগতে ফ্ৰান্সৰ বিদেশ মন্ত্ৰীক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত ফ্ৰান্স অংশীদাৰিত্বৰ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয়, ইউক্রেইন আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় লৈ আলোচনা কৰে। ড০ জয়শংকৰে লেবাননৰ বিদেশ মন্ত্ৰী আবদাল্লা বৌ হাবিব আৰু ক্ৰ’ৱেছিয়াৰ বিদেশ মন্ত্ৰী গৰ্ডান গ্রিলিক ৰেডমেনকো সাক্ষাৎ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।