September 27, 2024 1:16 PM | j&k election 3rd phase

printer

জম্মু-কাশ্মীৰত তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

কেন্দ্রীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰত তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজনৈতিক দলসমূহে ভোটাদাতাক আকৰ্ষণ কৰিবলৈ সক্রিয় কাম-কাজ অব্যাহত ৰাখিছে। নিৰ্বাচনৰ প্ৰথম দুটা পর্যায় বিগত ১৮ আৰু ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল। সামগ্ৰিকভাৱে শান্তিপূৰ্ণ ৰূপত সম্পন্ন হোৱা এই দুটা পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৫৯%। অহা ১ অক্টোবৰত হ’বলগীয়া নিৰ্বাচনৰ তৃতীয় পর্যায়ত জম্মু সংমণ্ডলৰ চাৰিখন জিলাৰ ২৪টা সমষ্টি সামৰি লোৱা হ’ব।

অধিক পঢ়ক

সকলো চাওক