ডাউনলোড
মোবাইল এপ

android apple
signal

February 14, 2025 12:07 PM | Jitrendra singh

printer

ড° জিতেন্দ্র সিঙৰ অধ্যক্ষতাত নতুন দিল্লীত সৰ্বভাৰতীয় পেঞ্চন আদালতৰ আয়োজন

কেন্দ্রীয় মন্ত্রী ড° জিতেন্দ্র সিঙৰ অধ্যক্ষতাত কালি নতুন দিল্লীত সৰ্বভাৰতীয় পেঞ্চন আদালতৰ আয়োজন কৰা হয়। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ পেঞ্চনাৰসকলৰ সৈতে মত বিনিময় কৰে আৰু ঠাইতে তেওঁলোকৰ পেঞ্চন সম্পৰ্কীয় অভিযোগসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। শ্রীসিঙে পেঞ্চনাৰসকলৰ অভিযোগসমূহ সমাধান নিশ্চিত কৰি তেওঁলোকৰ জীৱন ধাৰণ সূচল কৰি তোলাৰ ক্ষেত্ৰত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে।

অধিক পঢ়ক

সকলো চাওক