ভাৰতৰ শীৰ্ষ বাছনিপ্ৰাপ্ত জীৱন নেদুনছেঝিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তই পুনে এ টি পি ছেলেঞ্জাৰ হান্ড্ৰেড প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। জীৱন আৰু বিজয়ৰ যুটিটোৱে আজি ফাইনেলত দ্বিতীয় বাছনিপ্রাপ্ত অষ্ট্ৰেলিয়াৰ ব্লেক বেল্ডন আৰু মেথিউ ৰোমিঅ’ছ যুটিক ৩-৬, ৬-৩, ১০–০ ছেটত পৰাস্ত কৰে।
Site Admin | February 22, 2025 9:18 PM | Jeevan Nedunchezhiyan & Vijay Sundar Prasanth Win Pune ATP Challenger 100 Doubles Title
পুনে এটিপি ছেলেঞ্জাৰ হান্ড্ৰেড প্রতিযোগিতাত জীৱন নেদুনছেঝিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল
