July 5, 2024 12:16 PM | Jagdeep Dhankhar

printer

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কেৰালালৈ ৰাওনা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কেৰালালৈ যাব। শ্ৰী ধনখড় কাইলৈ ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দ্বাদশ সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক