♦ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি নতুন দিল্লীৰ সংসদ ভৱনত ঢোলপুৰ ৰাষ্ট্ৰীয় সামৰিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে। ৰাজ্যসভাৰ উদ্যোগত আয়োজিত তিনিদিনীয়া শিক্ষামূলক ভ্রমণ কাৰ্যসূচীত এই ছাত্র- ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।
Site Admin | April 4, 2024 9:19 PM | Dholpur | India Govt. | Jagdeep Dhankhar | Parliament House | Rashtriya Military School
ঢোলপুৰ ৰাষ্ট্ৰীয় সামৰিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে উপৰাষ্ট্ৰপতিৰ মত-বিনিময়
