ভাৰতৰ সবিৰা হাৰিছে ইটালীৰ পোৰপেটোত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ শ্বুটিং বিশ্বকাপৰ মহিলাৰ টেপ শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। সবিৰাই কালি ফাইনেলত ৪০টাৰ ভিতৰত ২৯টা লক্ষ্যত আঘাট হানে।
Site Admin | July 13, 2024 1:38 PM | ISSF | Sabira Harish | Shooter | SPORTS
আই এছ এছ এফ জুনিয়ৰ শ্বুটিং বিশ্বকাপৰ মহিলাৰ টেপ শিতানত ভাৰতৰ সবিৰা হাৰিছৰ ব্ৰঞ্জৰ পদক
