ডাউনলোড
মোবাইল এপ

android apple
signal

January 29, 2025 12:43 PM | ISRO

printer

শ্ৰীহৰিকোটাৰ পৰা এন ভি এছ- ০২ সফলতাৰে উৎক্ষেপন ইছৰোৰ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি পুৱা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এন ভি এছ- ০২ নামৰ নতুন প্রযুক্তিচালিত কৃত্ৰিম উপগ্ৰহটো সফলতাৰে উৎক্ষেপন কৰে। আজি পুৱা ৬ বাজি ২৩ মিনিটত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা জি এছ এল ভি এফ-15 নামৰ মহাকাশ যানেৰে উপগ্ৰহটো উৎক্ষেপন কৰা হয়। এই উৎক্ষেপনৰ দ্বাৰা ইছৰোৱে সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ১০০ সংখ্যক উৎক্ষেপনৰ গৌৰৱ অৰ্জন কৰিলে ।

অধিক পঢ়ক

সকলো চাওক