ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য অংশৰ লগতে অসমতো এই দিৱসৰ প্ৰস্তুতি অব্যাহত আছে। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে – ‘মহিলা সৱলীকৰণৰ বাবে যোগ’। শৰীৰ আৰু মনৰ সুস্থতা ৰক্ষাৰ ক্ষেত্ৰত যোগাভ্যাসৰ গুৰুত্ব বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে উপলব্ধি কৰাৰ পৰিপ্ৰেক্ষিতত এই দিৱসৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে।

অধিক পঢ়ক

সকলো চাওক