ডাউনলোড
মোবাইল এপ

android apple
signal

April 7, 2025 7:34 PM | navel commender

printer

আজিৰে পৰা নতুন দিল্লীত নৌসেনা কামাণ্ডাৰ সন্মিলন-২০২৫ আৰম্ভ

নৌসেনা কামাণ্ডাৰ সন্মিলন-২০২৫ ৰ প্ৰথম সংস্কৰণৰ দ্বিতীয় অংশ আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হৈছে। চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সন্মিলনখন শীৰ্ষ পৰ্যায়ৰ আৰু দ্বিবার্ষিক অনুষ্ঠান। এই সন্মিলত নৌসেনাৰ শীৰ্ষ বিষয়াসকলৰ মাজত কৌশলগত, কাৰ্য্যকৰী আৰু প্ৰশাসনিক বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰা হ’ব। সন্মিলনত ভাৰত মহাসাগৰীয় অঞ্চলত নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদৰ্শন কৰা হ’ব। আঞ্চলিক শান্তি, নিৰাপত্তা আদি বিভিন্ন ক্ষেত্ৰত ভাৰতীয় নৌসেনাৰ ভূমিকাও এই সন্মিলনত প্ৰচাৰ কৰা হ’ব। প্ৰতিৰক্ষা মুৰব্বী, সেনাপ্রধান আৰু বায়ুসেনাৰ মুৰব্বীয়ে নৌসেনাৰ অধিনায়কসকলৰ সৈতে সন্মিলনত আলোচনাত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক