পুনৰ মহাকাশলৈ ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ

♦ ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে কাইলৈ বয়িঙৰ প্ৰথমটো ক্রুড অভিযানৰ জৰিয়তে পুনৰ মহাকাশলৈ উৰা মাৰিব। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখনৰ প্ৰথম মানৱ মহাকাশ যাত্ৰাৰ এই পদক্ষেপ উইলিয়ামছৰ বাবে বহু প্রত্যাশিত প্ৰত্যাৱৰ্তন হ’ব৷ নাছাৰ সহযোগী মহাকাশচাৰী বেৰী বুচ উইলম’ৰৰ সৈতে উইলিয়ামছে এই মহাকাশ অভিযানত যোগ দিব। মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী উইলম’ৰে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱাৰ ভাগত উৎক্ষেপণ কৰিব৷

অধিক পঢ়ক

সকলো চাওক