ভাৰতৰ মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৩০ বজাত টাছখণ্ডত অনুষ্ঠিত হ’ব। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন বন্ধুত্বপূর্ণ খেলত ০-৩ ফলাফলত পৰাস্ত হৈছিল।
Site Admin | June 4, 2024 4:50 PM | SPORTS | Uzbekistan | Women's football
উজবেকিস্তানৰ বিৰুদ্ধে ভাৰতৰ মহিলা ফুটবল দলে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ’ব
