ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৫খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতৰ দলটোৱে ইতিমধ্যে শৃংখলাটোত ১-শূন্য অগ্রগতি লাভ কৰিছে। শৃংখলাৰ প্ৰথমখন খেলত বুধবাৰে কলকাতাত ঘৰুৱা দলটোৱে আলহী দলটোক ৭ উইকেটত পৰাস্ত কৰিছিল।
Site Admin | January 25, 2025 12:32 PM | India to take on England in 2nd T20I at M.A Chidambaram Stadium in Chennai
চেন্নাইত আজি ভাৰত-ইংলেণ্ডৰ দ্ৱিতীয় টি২০ মেচ
