ডাউনলোড
মোবাইল এপ

android apple
signal

ডেভিছ কাপৰ প্ৰথম পৰ্যায়ৰ বাবে ভাৰতীয় টেনিছ দলৰ যোগ্যতা অৰ্জন

ভাৰতীয় টেনিছ দলে নতুন দিল্লীৰ ডি এল টি এ কমপ্লেক্সত কালি অনুষ্ঠিত প্রথম বিশ্ব গ্রুপ প্লে অফত ট’গ’ক ৪-০ ফলাফলত পৰাস্ত কৰি ডেভিছ কাপ ২০২৫ৰ প্ৰথম পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰে। এন শ্ৰীৰাম বালাজী আৰু ঋত্বিক বলিপালীয়ে এম’লাপা টিংগৌ আকোমলো আৰু হোদ’আবালো ইছাক পাডিঅ’ক ৬-২, ৬-১ ফলাফলত পৰাস্ত কৰি জয়লাভ কৰে।

অধিক পঢ়ক

সকলো চাওক