September 7, 2024 12:54 PM | IMD Alert

printer

উত্তৰ পূৰ্বাঞ্চলত পৰৱৰ্তী ৭ দিনত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৭ দিনত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে গুজৰাট, মহাৰাষ্ট্ৰ আৰু পূব ৰাজস্থানত অহা দুদিনত নেৰানেপেৰা বৰষুণ হ’ব পাৰে বুলি প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক