পাকিস্তান আজি নিউয়ৰ্কৰ নাছাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন নিশা ৮ বজাত আৰম্ভ হ’ব। পাকিস্তান এতিয়ালৈকে খেলা দুয়োখন খেলতে পৰাজিত হৈছে। আনহাতে, কানাডাই নিজৰ অন্তিমখন খেলত আয়াৰলেণ্ডক ১২ ৰানত পৰাস্ত কৰিছে।
Site Admin | June 11, 2024 6:33 PM | t20 worldcup
টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব পাকিস্তান
