ভাৰত আজি গায়ানাত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন শনিবাৰে বাৰবাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত হ’ব।
Site Admin | June 27, 2024 11:50 AM | icc t20 wc india vs england
আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ আজি দ্বিতীয়খন ছেমিফাইনেলত ভাৰত বনাম ইংলেণ্ড
