হাংগেৰীৰ বুডাপেষ্টত কালি অনুষ্ঠিত মল্লযুঁজ প্ৰতিযোগিতাৰ মহিলাৰ ৭৬ কিলোগ্রাম শাখাত ভাৰতীয় মল্লযুঁজাৰু ঋতিকা হুদাই ৰূপৰ পদক জয় কৰিছে। বুডাপেষ্টত অনুষ্ঠিত ৰেংকিং ছিৰিজ মল্লযুঁজত এয়া ভাৰতৰ চতুৰ্থটো পদক।
Site Admin | June 9, 2024 12:34 PM | hungry wrestler ritika hooda
হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতৰ ঋতিকা হুদাৰ ৰূপৰ পদক অৰ্জন
