ভাৰতীয় মহিলা হেণ্ড বল দলৰ লখিমপুৰৰ মৃদুস্মিতা লাগাছু ‘ৱে স্থান লাভ কৰিছে। লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰীগৰাকীৰ এই সাফল্যই সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। অহা ২৭ জুনৰ পৰা বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হ’বলগীয়া ইণ্ড-বাংলাদেশ হেণ্ড বল প্রতিযোগিতাত মৃদুস্মিতাই দেশৰ হৈ প্ৰতিনিধিত্ব কৰিব।
Site Admin | June 25, 2024 1:18 PM | HandBall
ভাৰতীয় মহিলা হেণ্ড বল দলত মৃদুস্মিতা লাগাছুৰ স্থান লাভ
