লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্ৰাষ্টৰ উদ্যোগত কাইলৈ গুৱাহাটী প্ৰেছ ক্লাবত পিতৃ-মাতৃ বন্দনা সমাৰোহ অনুষ্ঠিত হ’ব। এই সমাৰোহ উপলক্ষে আই-পিতাইৰ মানসিক স্বাস্থ্য সজাগতা আৰু আমাৰ কৰ্তব্য শীর্ষক আলোচনাসভা আয়োজিত হ’ব। অনুষ্ঠানত ডেউকা শীর্ষক বার্ষিক মুখপত্ৰখনো উন্মোচন কৰা হ’ব। এই অনুষ্ঠান আয়োজন কৰাৰ বাবে লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্রাষ্টক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰশংসা কৰিছে।
Site Admin | November 8, 2024 8:45 PM | Guwahati Press Club
গুৱাহাটী প্ৰেছ ক্লাবত কাইলৈ লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্ৰাষ্টৰ পিতৃ-মাতৃ বন্দনা সমাৰোহ
