জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উদ্যোগত অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানে অহা ২৭ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ গুৱাহাটীৰ নেডফী কনভেনচন কেন্দ্ৰত ৰাষ্ট্ৰীয় জনজাতি চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱৰ আয়োজন কৰিছে। এই মহোৎসৱত চলচ্চিত্ৰ আৰু সাহিত্যৰ জৰিয়তে জনজাতি সম্প্ৰদায়সমূহৰ বর্ণাঢ্য সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হ’ব।
Site Admin | March 25, 2025 8:07 PM | Guwahati
অহা ২৭ পৰা ২৯ মাৰ্চলৈ গুৱাহাটীৰ নেডফী কনভেনচন কেন্দ্ৰত ৰাষ্ট্ৰীয় জনজাতি চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱ
