ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লোকসভা নিৰ্বাচনৰ বাবে গুজৰাটৰ কংগ্ৰেছ দলৰ ৩ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

♦ গুজৰাটৰ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ৩ গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কৰিছে। দলে বদোদৰা সমষ্টিৰ পৰা যশপাল সিং পাধিয়াৰক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে জুনাগড় আসনখনৰ বাবে হীৰাভাই জোট্ৰা আৰু সুৰেন্দ্ৰনগৰ আসনখনৰ বাবে ৰুত্বিকভাই মকৱানাক প্রার্থী হিচাপে থিয় কৰোৱাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।