অসম মাধ্যমিক শিক্ষা পৰিষদৰ কৰ্মীসন্থাৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে বামুণীমৈদামৰ কাৰ্যালয় চৌহদত আয়োজন কৰা হৈছে। বিয়লি ২ বজাৰ পৰা হ’বলগীয়া মুকলি সভাত শিক্ষামন্ত্ৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তাসকলৰ তৰফৰ পৰা জনাইছে।
Site Admin | May 10, 2024 11:41 AM | GOLDEN JUBILEE AHSEC EMPLOYEE
অসম মাধ্যমিক শিক্ষা পৰিষদৰ কৰ্মীসন্থাৰ সোণালী জয়ন্তীৰ আজি সামৰণী অনুষ্ঠান
